Papon — Osinaaki Mon
Автор admin На чтение 6 мин Просмотров 12 Опубликовано
Вступление
[Intro]
G Cadd9
চিনাকি চিনাকি মুখ অচিনাকি মন
G Cadd9
মুখা পিন্ধি সকলোচোন নিজতেই মগন
G Cadd9
চিনাকি চিনাকি মুখ অচিনাকি মন
G Cadd9
মুখা পিন্ধি সকলোচোন নিজতেই মগন
G Em
ইমান কোলাহল লাগিছে আমনি
G Em
নীলা আকাশখন ইয়াতযেন নেদেখি
G Em D C
হেই চিনাকি চিফুঙৰ সুৰে মাতিচে বাৰে বাৰে
G Cadd9
চিনাকি চিনাকি মুখ অচিনাকি মন
G Cadd9
মুখা পিন্ধি সকলোচোন নিজতেই মগন
[Chorus]
G Bm
ইমান আদৰ আইৰে মাতত
C G
চেনেহৰে উম বিনন্দীয়া
G Bm
নৈৰে ঘাটৰ জুৰ মলয়াত
C G
জীৱন জূৰুৱা মাদকতা
D C
সাৰদি নিশাৰ জোনাকতে
D G
কহোৱা কোঁমল সপোন জাগে
D C
শেৱাঁলি ফুলৰ সোবাস লাগি
D G
মন উৰনীয়া হয় মোৰ বাৰে বাৰে
G Cadd9
চিনাকি চিনাকি মুখ অচিনাকি মন
G Cadd9
মুখা পিন্ধি সকলোচোন নিজতেই মগন
[Pre-Chorus]
G Bm
ঘূৰি চালে অতিতৰে মিঠা অনুভূতি
D C G
সাহসৰে সুৰ হয় মন হকতি
G Bm
ঘূৰি চালে অতিতৰে মিঠা অনুভূতি
D C G
পাঁও সেই সৰলতা সংস্কৃতি
G Bm
দেশৰ কাহিনী মূলা জয়মতি
D C G
লাচিতৰে সেই শৰাইঘাট
G Bm
আইতাই গোৱা বৰগীত ঘোষা
D C G
নীৰৱে কপে কলিজাত
[Chorus]
G Cadd9
চিনাকি চিনাকি মুখ অচিনাকি মন
G Cadd9
মুখা পিন্ধি সকলোচোন নিজতেই মগন
G Cadd9
আকাশ পিয়াখি মানুহৰ বাবে
G Cadd9
মুখাই আহোৱাহ সেই যুগৰ বাবে
G Cadd9
চিফুং বাঁহিৰ সুৰেৰে গাঁঠি
G Cadd9
ৰচিলো সেই নতুন সুৰ
G Cadd9
বুকুৰ সচাঁ চেনেহেৰে
G Cadd9
মনৰ মিঠা আৱেগেৰে,
G Cadd9
চিনাকি চিনাকি মুখ অচিনাকি মন
G Cadd9
মুখা পিন্ধি সকলোচোন নিজতেই মগন
G Cadd9
চিনাকি চিনাকি মুখ অচিনাকি মন
G Cadd9
মুখা পিন্ধি সকলোচোন নিজতেই মগন